Hey Guys😍মছলা জাতীয় খাদ্য কেতিয়াবা আমনি লাগে নহয় জানো।আজি আপোনালোকৰ বাবে অতিকৈ Healthy Recipe এটা লৈ আহিছোঁ।যি সকল লোক নিজৰ শৰীৰ লৈ Conscious হয় লগতে Vegetarian সকলৰ বাবে এই Recipe টো খুবেই প্ৰিয় হব।যদি এই Video টো ভাল লাগে তেনেহলে Like, Comment, Share কৰিবলৈ নাপাহৰিব।লগতে Subscribed কৰি Bell Icon টো Press কৰি দিব তেতিয়া মোৰ Video Notification পাই যাব।❤️❤