Better life
#Better life

Hello friends,

Well come to Better Life
আজি আমাৰ ৰেচিপি হৈছে
Spicy Cheesy Bread
এই আইটেম বিধ আপোনালোকে ব্ৰেকফাষ্ট/স্নেকচ হিচাপে খাব পাৰে।
বিশেষকৈ আমাৰ হোষ্টেলত থাকা ল’ৰা ছোৱালী সকলৰ কাৰণে খুব সহজতে তৈয়াৰ কৰিব পৰা খাদ্য ।আৰু ল’ৰা ছোৱালী স্কুলৰ টিফিনত দিবলৈ খুব ভাল খাদ্য অতি কম সময়তে বনাব পৰা যায়। নিশ্চয় এবাৰ বনাই খাই চাব। আৰু আমাৰ Better life video ৰ জড়িয়তে কেনেদৰে আইটেম বিধ বনালো সম্পুৰ্ণ পদ্ধতি টো আমি দেখুৱাইছো । লগতে বন্ধু বান্ধৱী সকল আপোনালোকলৈ অনুৰোধ জনালোঁ আমাৰ এই চেনেলটো Subscribe.. like.. Share.. comment কমেন্ট কৰিবলৈ নাপাহৰিব দেই। ধন্যবাদ জনালোঁ 🙏🙏

#Spicy #Cheesy #Bread

#ব্ৰেকফাষ্ট/#স্নেকচ #ৰেচিপি

#স্পাইচি চিজি ব্ৰেড

উপকৰণ ——-

ব্ৰেড —–5/6 পিচ (টুকুৰা কৰি কাটি লব)
কণী ——3 টা
পিয়াজঁ —-2 টা (কুটি লোৱা)
বিলাহী —–2টা (কুটি লোৱা )
আদা,নহৰু পেষ্ট —1চামুচ
কেচাঁ জলকীয়া —2টা (কুটি লোৱা)
ধনীয়া পাত —1মুঠি (কুটি লোৱা)
জীৰা গুৰি,জলকীয়া গুৰি,নিমখ,হালধী —জোখ অনুপাতে
ৰিফাইন তেল/বাটাৰ —জোখ অনুপাতে
চিজ —জোখ অনুপাতে।

প্ৰণালী ——-

প্ৰথমে এটা বাউলত কণী কেইটা দি ফেটী লব । লগত কাটি লোৱা পিয়াজঁ,বিলাহী,জলকীয়া,ধনীয়া পাত,নিমখ সকলোবোৰ বস্তূ দি ভালদৰে মিলাই লৈ ব্ৰেডৰ টুকুৰা খিনি দি আকৌ এবাৰ ভালদৰে মিলাই লব।

এতিয়া এখন ননষ্টিক কেৰাহিত তেল/বাটাৰ দি আদা ,নহৰু পেষ্ট খিনি দি লগত জলকীয়া গুৰি,জীৰা গুৰি,হালধি দি লৰাই লৈ তৈয়াৰ কৰি লোৱা ব্ৰেডৰ টুকুৰা খিনি ধালি দি ভালদৰে লৰাই অলপ সময় ভাজি লব । পিছত ব্ৰেড খিনিত চিজ দি আৰু অলপ সময় ভাজি নমাই দি গৰমে গৰমে টমেট চচৰ লগত পৰিৱেশন কৰিব। খাবলৈ বৰ ভাল লাগে। সদায় খাই থকা ব্ৰেডটো এটা নতুন টেষ্ট হয়।

Please watch # Better Life

Like 👍, share💞, Subscribe🙏

and comment ✍️

Contact us: betterlife.pmdigital@gmail.com

Our Video Links:-

Sweet#Home made sweets# Apple sweet#Health food #পম্পী শৰ্মা খাউণ্ডৰ ৰেচিপি# আপেল মিঠাই

🌷🌷🌷🌷🌷

Assam silk#Traditional#Assamese Sador mekhela#Handloom#ডিজাইনাৰ অকন কলিতা#পাটৰ কাপোৰ

🌷🌷🌷🌷🌷

Durga Puja shopping vlog 2019 # Fancy Bazar #পুজাৰ বজাৰ

🌷🌷🌷🌷🌷

Aarav’s 1st Birthday Celebration # Birthday vlog #Birthday 2019

🌷🌷🌷🌷🌷

গোবিন্দপুৰত লক্ষ্মী পূজাৰ আনন্দ#Laxmi puja vlog # Laxmi puja 2019

🌷🌷🌷🌷🌷

একাপ গৰম চাহ আৰু কিছু কথা # লেখিকা মাখনী গোস্বামী শৰ্মা # At home with Writer Makhani Goswami Sarmah

🌷🌷🌷🌷🌷

Chicken Cheese Balls # Cheesy Snacks # Pompi’s Kitchen #ৰেষ্টুৰেন্ট স্টাইলৰ চিকেন চিজ বলচ

🌷🌷🌷🌷🌷

Trip to Chanaka Eco Camp # Assam Adventure # Chanaka Eco Camp # চনকা ইক’ কেম্প

🌷🌷🌷🌷🌷

North-East Book fair 2019 # Bookfair in Guwahati # ২১সংখ্যক উত্তৰ-পূৱ গ্ৰন্থমেলা

🌷🌷🌷🌷🌷

Skoda Kodiak Now Only 100 Rupees # Bumper prize # 19 luxury cars

🌷🌷🌷🌷🌷

Howly Rash # 92th Howly Rash Mahotsav # Biggest Mela of Assam # হাউলী ৰাস মহোৎসৱ ২০১৯

🌷🌷🌷🌷🌷

Leo Expo 2019 # Leo Expo চালো # Leo Expo in Guwahati

🌷🌷🌷🌷🌷